Category: Other

শ্ৰীমন্ত শংকৰদেৱৰ বাণী

পৰৰ ধৰ্মক নিহিংসিবা কদাচিত ৷ কুক্কুৰ শৃগাল গৰ্দভৰো আত্মাৰাম ৷ জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ৷৷ সকলো প্ৰাণীক দেখিবেক আত্মসম ৷ নাৰীয়ে পুৰুষে হৈবা একমতি ৷ তেৱেসে সিজিব হৰি ভকতি ৷৷ নাহি ভকতিত জাতি, অজাতি বিচাৰ ৷ হৰিৰ ভক্তিত সমস্তৰে অধিকাৰ ৷৷ ভাগৱত শাস্ত্ৰে শ্ৰদ্ধা কৰিব নিতান্ত ৷ নকৰিব নিন্দা আন শাস্ত্ৰতো একান্ত ৷৷ ********************************

x

We use cookies to give you the best online experience. By agreeing you accept the use of cookies in accordance with our cookie policy.

I accept I decline Privacy Center Privacy Settings Learn More about our Cookie Policy