ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্ৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত

image      image image      image

বস্ত্ৰনগৰী শুৱালকুছিৰ ঐতিহ্যমণ্ডিত উদাসীন সত্ৰ ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্ৰৰ উদ্যোগত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ সহযোগত যোৱা ৮ জুলাই ২০১৮ তাৰিখ, ৰবিবাৰে সত্ৰ প্ৰাংগণত এখনি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুঠিত হয়। শিবিৰত মেডিচিন, নিউৰ’লজী, ফিজিঅ’থেৰাপী আৰু চাইক’লজী বিভাগৰ অভিজ্ঞ চিকিৎসকসকল উপস্থিত থাকে। শিবিৰত আৰম্ভণিতে সত্ৰৰ উজ্জ্বল মহন্তই বন্তি প্ৰজ্বলন কৰে আৰু ডেকা সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই ফুলাম গামোচাৰে চিকিৎসকসকলক সম্বৰ্ধনা জনাই।

Leave a Comment

x

We use cookies to give you the best online experience. By agreeing you accept the use of cookies in accordance with our cookie policy.

I accept I decline Privacy Center Privacy Settings Learn More about our Cookie Policy