সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতা

ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্ৰৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মোৎসৱৰ শতবৰ্ষ সমাৰোহ পালনৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ উক্ত প্ৰতিযোগিতা মুকলি ভিত্তিত অনুষ্ঠিত হব৷ ইচ্ছুক প্ৰতিযোগিক তলত উল্লেখিত ঠিকনা তথা ভ্ৰাম্যভাষ নম্বৰত যোগাযোক কৰিবলৈ অনুৰোধ জনোৱা হল৷

যোগাযোগঃ উজ্জল মহন্ত৷
স্থানঃ ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্ৰ প্ৰাঙ্গন, শুৱালকুছি৷
তাৰিখঃ ২ অক্টোবৰ (১৫ আহিন, সোমবাৰ)৷
সময়ঃ বিয়লি ৩ বজাৰ পৰা৷
ভ্ৰাম্যভাষঃ ৮৬৩৮৪৮৯২৯৫ (8638489295)

প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ-
প্ৰথম পুৰস্কাৰঃ ১০,০০০ টকা৷
দ্বিতীয় পুৰস্কাৰঃ ৭,০০০ টকা৷
তৃতীয় পুৰস্কাৰঃ ৫,০০০ টকা৷

x

We use cookies to give you the best online experience. By agreeing you accept the use of cookies in accordance with our cookie policy.

I accept I decline Privacy Center Privacy Settings Learn More about our Cookie Policy