শ্ৰীমন্ত শংকৰদেৱৰ বাণী

পৰৰ ধৰ্মক নিহিংসিবা কদাচিত ৷

কুক্কুৰ শৃগাল গৰ্দভৰো আত্মাৰাম ৷
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ৷৷

সকলো প্ৰাণীক দেখিবেক আত্মসম ৷

নাৰীয়ে পুৰুষে হৈবা একমতি ৷
তেৱেসে সিজিব হৰি ভকতি ৷৷

নাহি ভকতিত জাতি, অজাতি বিচাৰ ৷
হৰিৰ ভক্তিত সমস্তৰে অধিকাৰ ৷৷

ভাগৱত শাস্ত্ৰে শ্ৰদ্ধা কৰিব নিতান্ত ৷
নকৰিব নিন্দা আন শাস্ত্ৰতো একান্ত ৷৷

********************************

x

We use cookies to give you the best online experience. By agreeing you accept the use of cookies in accordance with our cookie policy.

I accept I decline Privacy Center Privacy Settings Learn More about our Cookie Policy